caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Inshiqaaq الإنشقاق

২৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৮৩

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ إِذَا ٱلسَّمَآءُ ٱنشَقَّتْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া আকাশখন ভাগি পৰিব,

See all translations of this verse →

وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।

See all translations of this verse →

وَإِذَا ٱلْأَرْضُ مُدَّتْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।

See all translations of this verse →

وَأَلْقَتْ مَا فِيهَا وَتَخَلَّتْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।

See all translations of this verse →

وَأَذِنَتْ لِرَبِّهَا وَحُقَّتْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلْإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدْحًا فَمُلَٰقِيهِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা।

See all translations of this verse →

فَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ بِيَمِينِهِۦ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;

See all translations of this verse →

فَسَوْفَ يُحَاسَبُ حِسَابًا يَسِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।

See all translations of this verse →

وَيَنقَلِبُ إِلَىٰٓ أَهْلِهِۦ مَسْرُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;

See all translations of this verse →

وَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ وَرَآءَ ظَهْرِهِۦ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,

See all translations of this verse →

فَسَوْفَ يَدْعُوا۟ ثُبُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি নিজৰ বাবে ধ্বংস মাতিব;

See all translations of this verse →

وَيَصْلَىٰ سَعِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;

See all translations of this verse →

إِنَّهُۥ كَانَ فِىٓ أَهْلِهِۦ مَسْرُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,

See all translations of this verse →

إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;

See all translations of this verse →

بَلَىٰٓ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।

See all translations of this verse →

فَلَآ أُقْسِمُ بِٱلشَّفَقِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,

See all translations of this verse →

وَٱلَّيْلِ وَمَا وَسَقَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,

See all translations of this verse →

وَٱلْقَمَرِ إِذَا ٱتَّسَقَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;

See all translations of this verse →

لَتَرْكَبُنَّ طَبَقًا عَن طَبَقٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।

See all translations of this verse →

فَمَا لَهُمْ لَا يُؤْمِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?

See all translations of this verse →

وَإِذَا قُرِئَ عَلَيْهِمُ ٱلْقُرْءَانُ لَا يَسْجُدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?

See all translations of this verse →

بَلِ ٱلَّذِينَ كَفَرُوا۟ يُكَذِّبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং কাফিৰসকলে অস্বীকাৰ কৰে।

See all translations of this verse →

وَٱللَّهُ أَعْلَمُ بِمَا يُوعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।

See all translations of this verse →

فَبَشِّرْهُم بِعَذَابٍ أَلِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;

See all translations of this verse →

إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍۭ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70