caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Lail الليل

২১ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৯

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلَّيْلِ إِذَا يَغْشَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,

See all translations of this verse →

وَٱلنَّهَارِ إِذَا تَجَلَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,

See all translations of this verse →

وَمَا خَلَقَ ٱلذَّكَرَ وَٱلْأُنثَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে।

See all translations of this verse →

إِنَّ سَعْيَكُمْ لَشَتَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।

See all translations of this verse →

فَأَمَّا مَنْ أَعْطَىٰ وَٱتَّقَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে,

See all translations of this verse →

وَصَدَّقَ بِٱلْحُسْنَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে,

See all translations of this verse →

فَسَنُيَسِّرُهُۥ لِلْيُسْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।

See all translations of this verse →

وَأَمَّا مَنۢ بَخِلَ وَٱسْتَغْنَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে,

See all translations of this verse →

وَكَذَّبَ بِٱلْحُسْنَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে যি উত্তম তাক অস্বীকাৰ কৰে,

See all translations of this verse →

فَسَنُيَسِّرُهُۥ لِلْعُسْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ।

See all translations of this verse →

وَمَا يُغْنِى عَنْهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব।

See all translations of this verse →

إِنَّ عَلَيْنَا لَلْهُدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য।

See all translations of this verse →

وَإِنَّ لَنَا لَلْـَٔاخِرَةَ وَٱلْأُولَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।

See all translations of this verse →

فَأَنذَرْتُكُمْ نَارًا تَلَظَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ।

See all translations of this verse →

لَا يَصْلَىٰهَآ إِلَّا ٱلْأَشْقَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া,

See all translations of this verse →

ٱلَّذِى كَذَّبَ وَتَوَلَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।

See all translations of this verse →

وَسَيُجَنَّبُهَا ٱلْأَتْقَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,

See all translations of this verse →

ٱلَّذِى يُؤْتِى مَالَهُۥ يَتَزَكَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,

See all translations of this verse →

وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعْمَةٍ تُجْزَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,

See all translations of this verse →

إِلَّا ٱبْتِغَآءَ وَجْهِ رَبِّهِ ٱلْأَعْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;

See all translations of this verse →

وَلَسَوْفَ يَرْضَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70