caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-A'laa الأعلى

১৯ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৮

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ سَبِّحِ ٱسْمَ رَبِّكَ ٱلْأَعْلَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,

See all translations of this verse →

ٱلَّذِى خَلَقَ فَسَوَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।

See all translations of this verse →

وَٱلَّذِى قَدَّرَ فَهَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,

See all translations of this verse →

وَٱلَّذِىٓ أَخْرَجَ ٱلْمَرْعَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে,

See all translations of this verse →

فَجَعَلَهُۥ غُثَآءً أَحْوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।

See all translations of this verse →

سَنُقْرِئُكَ فَلَا تَنسَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,

See all translations of this verse →

إِلَّا مَا شَآءَ ٱللَّهُ إِنَّهُۥ يَعْلَمُ ٱلْجَهْرَ وَمَا يَخْفَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।

See all translations of this verse →

وَنُيَسِّرُكَ لِلْيُسْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম।

See all translations of this verse →

فَذَكِّرْ إِن نَّفَعَتِ ٱلذِّكْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;

See all translations of this verse →

سَيَذَّكَّرُ مَن يَخْشَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanউপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।

See all translations of this verse →

وَيَتَجَنَّبُهَا ٱلْأَشْقَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিজন দুৰ্ভগীয়া সিয়েই ইয়াক অগ্ৰাহ্য কৰিব,

See all translations of this verse →

ٱلَّذِى يَصْلَى ٱلنَّارَ ٱلْكُبْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।

See all translations of this verse →

ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।

See all translations of this verse →

قَدْ أَفْلَحَ مَن تَزَكَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিয়েই সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে।

See all translations of this verse →

وَذَكَرَ ٱسْمَ رَبِّهِۦ فَصَلَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।

See all translations of this verse →

بَلْ تُؤْثِرُونَ ٱلْحَيَوٰةَ ٱلدُّنْيَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া,

See all translations of this verse →

وَٱلْـَٔاخِرَةُ خَيْرٌ وَأَبْقَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী।

See all translations of this verse →

إِنَّ هَٰذَا لَفِى ٱلصُّحُفِ ٱلْأُولَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,

See all translations of this verse →

صُحُفِ إِبْرَٰهِيمَ وَمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70