ছুৰা Al-Faatiha الفاتحة
৭ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৫
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
See all translations of this verse →
ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।
See all translations of this verse →
ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজন পৰম কৰুণাময়, পৰম দয়ালু।
See all translations of this verse →
مَٰلِكِ يَوْمِ ٱلدِّينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবিচাৰ দিৱসৰ মালিক।
See all translations of this verse →
إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।
See all translations of this verse →
ٱهْدِنَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমাক সৰল পথৰ হিদায়ত দিয়া।
See all translations of this verse →
صِرَٰطَ ٱلَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ ٱلْمَغْضُوبِ عَلَيْهِمْ وَلَا ٱلضَّآلِّينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→