caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Sharh الشرح

৮ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ১২

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ أَلَمْ نَشْرَحْ لَكَ صَدْرَكَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে?

See all translations of this verse →

وَوَضَعْنَا عَنكَ وِزْرَكَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে?

See all translations of this verse →

ٱلَّذِىٓ أَنقَضَ ظَهْرَكَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল,

See all translations of this verse →

وَرَفَعْنَا لَكَ ذِكْرَكَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমিয়েই তোমাৰ (মৰ্যাদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছোঁ।

See all translations of this verse →

فَإِنَّ مَعَ ٱلْعُسْرِ يُسْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে দুখৰ লগতেই আছে সুখ

See all translations of this verse →

إِنَّ مَعَ ٱلْعُسْرِ يُسْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় দুখৰ লগতেই আছে সুখ।

See all translations of this verse →

فَإِذَا فَرَغْتَ فَٱنصَبْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা।

See all translations of this verse →

وَإِلَىٰ رَبِّكَ فَٱرْغَب

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70