ছুৰা Al-Kaafiroon الكافرون
৬ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ১৮
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ قُلْ يَٰٓأَيُّهَا ٱلْكَٰفِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘হে কাফিৰসকল !
See all translations of this verse →
لَآ أَعْبُدُ مَا تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,
See all translations of this verse →
وَلَآ أَنتُمْ عَٰبِدُونَ مَآ أَعْبُدُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
See all translations of this verse →
وَلَآ أَنَا۠ عَابِدٌ مَّا عَبَدتُّمْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।
See all translations of this verse →
وَلَآ أَنتُمْ عَٰبِدُونَ مَآ أَعْبُدُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
See all translations of this verse →
لَكُمْ دِينُكُمْ وَلِىَ دِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman(গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→