caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Nasr النصر

৩ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ১১৪

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ إِذَا جَآءَ نَصْرُ ٱللَّهِ وَٱلْفَتْحُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,

See all translations of this verse →

وَرَأَيْتَ ٱلنَّاسَ يَدْخُلُونَ فِى دِينِ ٱللَّهِ أَفْوَاجًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰা দেখিবলৈ পাবা,

See all translations of this verse →

فَسَبِّحْ بِحَمْدِ رَبِّكَ وَٱسْتَغْفِرْهُ إِنَّهُۥ كَانَ تَوَّابًۢا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70