caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Kawthar الكوثر

৩ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ১৫

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ إِنَّآ أَعْطَيْنَٰكَ ٱلْكَوْثَرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।

See all translations of this verse →

فَصَلِّ لِرَبِّكَ وَٱنْحَرْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।

See all translations of this verse →

إِنَّ شَانِئَكَ هُوَ ٱلْأَبْتَرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70