caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Fil الفيل

৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ১৯

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَٰبِ ٱلْفِيلِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?

See all translations of this verse →

أَلَمْ يَجْعَلْ كَيْدَهُمْ فِى تَضْلِيلٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?

See all translations of this verse →

وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?

See all translations of this verse →

تَرْمِيهِم بِحِجَارَةٍ مِّن سِجِّيلٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।

See all translations of this verse →

فَجَعَلَهُمْ كَعَصْفٍ مَّأْكُولٍۭ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70