caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Quraish قريش

৪ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ২৯

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ لِإِيلَٰفِ قُرَيْشٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিহেতু ক্বুৰাইছসকল অভ্যস্ত,

See all translations of this verse →

إِۦلَٰفِهِمْ رِحْلَةَ ٱلشِّتَآءِ وَٱلصَّيْفِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ।

See all translations of this verse →

فَلْيَعْبُدُوا۟ رَبَّ هَٰذَا ٱلْبَيْتِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত।

See all translations of this verse →

ٱلَّذِىٓ أَطْعَمَهُم مِّن جُوعٍ وَءَامَنَهُم مِّنْ خَوْفٍۭ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয়-ভীতিৰ পৰা নিৰাপত্তা দান কৰিছে।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70