caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Fil, আয়াত ১

মক্কা · অৱতৰণৰ ক্ৰম ১৯ · 105:1

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَٰبِ ٱلْفِيلِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70