ছুৰা Al-Falaq الفلق
৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ২০
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ قُلْ أَعُوذُ بِرَبِّ ٱلْفَلَقِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।
See all translations of this verse →
مِن شَرِّ مَا خَلَقَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,
See all translations of this verse →
وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,
See all translations of this verse →
وَمِن شَرِّ ٱلنَّفَّٰثَٰتِ فِى ٱلْعُقَدِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,
See all translations of this verse →
وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→