caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Asr العصر

৩ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ১৩

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلْعَصْرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসময়ৰ শপত,

See all translations of this verse →

إِنَّ ٱلْإِنسَٰنَ لَفِى خُسْرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত,

See all translations of this verse →

إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَتَوَاصَوْا۟ بِٱلْحَقِّ وَتَوَاصَوْا۟ بِٱلصَّبْرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70