وَنَرِثُهُۥ مَا يَقُولُ وَيَأْتِينَا فَرْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি।
وَنَرِثُهُۥ مَا يَقُولُ وَيَأْتِينَا فَرْدًا