caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Rahmaan, আয়াত ৪৬

মদিনা · অৱতৰণৰ ক্ৰম ৯৭ · 55:46

وَلِمَنْ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70