caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tin, আয়াত ৭

মক্কা · অৱতৰণৰ ক্ৰম ২৮ · 95:7

فَمَا يُكَذِّبُكَ بَعْدُ بِٱلدِّينِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ!) ইয়াৰ পিছতো কিহে তোমাক কৰ্মফল দিন সম্পৰ্কে অবিশ্বাসী কৰি তুলে?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70