caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tin, আয়াত ৬

মক্কা · অৱতৰণৰ ক্ৰম ২৮ · 95:6

إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70