وَغَدَوْا۟ عَلَىٰ حَرْدٍ قَٰدِرِينَ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে (অভাৱীসকলক নিবৃত্ত কৰিবলৈ) সক্ষম বুলি ভাবি পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তিৰে (বাগানলৈ) যাত্ৰা কৰিলে।