وَجَآءُوٓ أَبَاهُمْ عِشَآءً يَبْكُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল।