caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yunus, আয়াত ৯৮

মক্কা · অৱতৰণৰ ক্ৰম ৫১ · 10:98

فَلَوْلَا كَانَتْ قَرْيَةٌ ءَامَنَتْ فَنَفَعَهَآ إِيمَٰنُهَآ إِلَّا قَوْمَ يُونُسَ لَمَّآ ءَامَنُوا۟ كَشَفْنَا عَنْهُمْ عَذَابَ ٱلْخِزْىِ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَمَتَّعْنَٰهُمْ إِلَىٰ حِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (সিহঁতৰ) কোনো এটা জনপদবাসীয়ে কিয় ঈমান পোষণ নকৰিলে, যিসকলৰ ঈমানে সিহঁতক উপকাৰ কৰিলেহেঁতেন? কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে, তেওঁলোকে যেতিয়া ঈমান আনিছিল তেতিয়া আমি তেওঁলোকৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্ছনামূলক শাস্তি দূৰ কৰিছিলোঁ আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱনোপভোগ কৰিবলৈ দিছিলোঁ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70