caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yunus, আয়াত ৯৭

মক্কা · অৱতৰণৰ ক্ৰম ৫১ · 10:97

وَلَوْ جَآءَتْهُمْ كُلُّ ءَايَةٍ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদিও সিহঁতৰ ওচৰলৈ সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে (ঈমান পোষণ নকৰিব)।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70