caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yunus, আয়াত ৯৯

মক্কা · অৱতৰণৰ ক্ৰম ৫১ · 10:99

وَلَوْ شَآءَ رَبُّكَ لَـَٔامَنَ مَن فِى ٱلْأَرْضِ كُلُّهُمْ جَمِيعًا أَفَأَنتَ تُكْرِهُ ٱلنَّاسَ حَتَّىٰ يَكُونُوا۟ مُؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে পৃথিৱীৰ সকলোৱেই ঈমান আনিলেহেঁতেন; তেন্তে তুমি মানুহক মুমিন হ’বলৈ বাধ্য কৰিবা নেকি?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70