كَلَّا لَا تُطِعْهُ وَٱسْجُدْ وَٱقْتَرِب Assamese Translation - Rafiqul Islam Habibur-Rahmanসাৱধান! তুমি তাক অনুসৰণ নকৰিবা। তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু (তেওঁৰ) নৈকট্য লাভ কৰা।