caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tawba, আয়াত ৭৬

মদিনা · অৱতৰণৰ ক্ৰম ১১৩ · 9:76

فَلَمَّآ ءَاتَىٰهُم مِّن فَضْلِهِۦ بَخِلُوا۟ بِهِۦ وَتَوَلَّوا۟ وَّهُم مُّعْرِضُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70