caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Insaan, আয়াত ২৪

মদিনা · অৱতৰণৰ ক্ৰম ৯৮ · 76:24

فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ ءَاثِمًا أَوْ كَفُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি ধৈৰ্য্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70