caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Rahmaan, আয়াত ৩৫

মদিনা · অৱতৰণৰ ক্ৰম ৯৭ · 55:35

يُرْسَلُ عَلَيْكُمَا شُوَاظٌ مِّن نَّارٍ وَنُحَاسٌ فَلَا تَنتَصِرَانِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70