كَذَٰلِكَ وَزَوَّجْنَٰهُم بِحُورٍ عِينٍ Assamese Translation - Rafiqul Islam Habibur-Rahmanএনেকুৱাই হ’ব, আৰু আমি তেওঁলোকক বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,