caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ghaafir, আয়াত ৬৯

মক্কা · অৱতৰণৰ ক্ৰম ৬০ · 40:69

أَلَمْ تَرَ إِلَى ٱلَّذِينَ يُجَٰدِلُونَ فِىٓ ءَايَٰتِ ٱللَّهِ أَنَّىٰ يُصْرَفُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70