caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ghaafir, আয়াত ৭০

মক্কা · অৱতৰণৰ ক্ৰম ৬০ · 40:70

ٱلَّذِينَ كَذَّبُوا۟ بِٱلْكِتَٰبِ وَبِمَآ أَرْسَلْنَا بِهِۦ رُسُلَنَا فَسَوْفَ يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে তাক অস্বীকাৰ কৰে, এতেকে সিহঁতে শীঘ্ৰেই জানিবলৈ পাব,
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70