caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saad, আয়াত ২১

মক্কা · অৱতৰণৰ ক্ৰম ৩৮ · 38:21

وَهَلْ أَتَىٰكَ نَبَؤُا۟ ٱلْخَصْمِ إِذْ تَسَوَّرُوا۟ ٱلْمِحْرَابَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ ওচৰলৈ বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70