وَٱللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ Assamese Translation - Rafiqul Islam Habibur-Rahman‘অথচ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’।