caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Saaffaat, আয়াত ৫

মক্কা · অৱতৰণৰ ক্ৰম ৫৬ · 37:5

رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ ٱلْمَشَٰرِقِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থল সমূহৰো প্ৰতিপালক।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70