يُطَافُ عَلَيْهِم بِكَأْسٍ مِّن مَّعِينٍۭ Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ,