فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanতথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক নিশ্চয় (শাস্তিৰ মাজত) উপস্থিত কৰা হ’ব।