caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yusuf, আয়াত ১১

মক্কা · অৱতৰণৰ ক্ৰম ৫৩ · 12:11

قَالُوا۟ يَٰٓأَبَانَا مَا لَكَ لَا تَأْمَ۫نَّا عَلَىٰ يُوسُفَ وَإِنَّا لَهُۥ لَنَٰصِحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হে আমাৰ পিতা! আপোনাৰ কি হ’ল, ইউছুফৰ বিষয়ে আমাক আপুনি কিয় নিৰাপদ বুলি নাভাবে? অথচ আমি তাৰ শুভাকাংক্ষী’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70