أَلَمْ يَجِدْكَ يَتِيمًا فَـَٔاوَىٰ Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।