وَأَهْدِيَكَ إِلَىٰ رَبِّكَ فَتَخْشَىٰ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।