فَذُوقُوا۟ فَلَن نَّزِيدَكُمْ إِلَّا عَذَابًا Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ।