فَإِن كَانَ لَكُمْ كَيْدٌ فَكِيدُونِ Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।