ثُمَّ كَانَ عَلَقَةً فَخَلَقَ فَسَوَّىٰ Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।