caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Muzzammil, আয়াত ১১

মক্কা · অৱতৰণৰ ক্ৰম ৩ · 73:11

وَذَرْنِى وَٱلْمُكَذِّبِينَ أُو۟لِى ٱلنَّعْمَةِ وَمَهِّلْهُمْ قَلِيلًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70