فَمَا مِنكُم مِّنْ أَحَدٍ عَنْهُ حَٰجِزِينَ Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।