هَمَّازٍ مَّشَّآءٍۭ بِنَمِيمٍ Assamese Translation - Rafiqul Islam Habibur-Rahmanপিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে (ইজনৰ কথা সিজনক গাই ফুৰে),