caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mulk, আয়াত ৩০

মক্কা · অৱতৰণৰ ক্ৰম ৭৭ · 67:30

قُلْ أَرَءَيْتُمْ إِنْ أَصْبَحَ مَآؤُكُمْ غَوْرًا فَمَن يَأْتِيكُم بِمَآءٍ مَّعِينٍۭ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, তোমালোকে ভাবি চাইছানে, যদি তোমালোকৰ পানী ভূগৰ্ভলৈ গুচি যায়, তেতিয়া কোনে তোমালোকক প্ৰবাহমান পানী আনি দিব?
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70