caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Waaqia, আয়াত ৬১

মক্কা · অৱতৰণৰ ক্ৰম ৪৬ · 56:61

عَلَىٰٓ أَن نُّبَدِّلَ أَمْثَٰلَكُمْ وَنُنشِئَكُمْ فِى مَا لَا تَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70