caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Rahmaan, আয়াত ৯

মদিনা · অৱতৰণৰ ক্ৰম ৯৭ · 55:9

وَأَقِيمُوا۟ ٱلْوَزْنَ بِٱلْقِسْطِ وَلَا تُخْسِرُوا۟ ٱلْمِيزَانَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70