caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ar-Rahmaan, আয়াত ৫৪

মদিনা · অৱতৰণৰ ক্ৰম ৯৭ · 55:54

مُتَّكِـِٔينَ عَلَىٰ فُرُشٍۭ بَطَآئِنُهَا مِنْ إِسْتَبْرَقٍ وَجَنَى ٱلْجَنَّتَيْنِ دَانٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70