أَفَتُمَٰرُونَهُۥ عَلَىٰ مَا يَرَىٰ Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?