caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tur, আয়াত ২৩

মক্কা · অৱতৰণৰ ক্ৰম ৭৬ · 52:23

يَتَنَٰزَعُونَ فِيهَا كَأْسًا لَّا لَغْوٌ فِيهَا وَلَا تَأْثِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপকৰ্মও নাথাকিব।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70