وَفِى ٱلسَّمَآءِ رِزْقُكُمْ وَمَا تُوعَدُونَ Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।